মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

অৰ্থ- সামাজিক জৰীপ

অসমৰ চৰ এলেকাসমূহৰ উন্নয়নী কাৰ্যক্ৰমৰ পৰিকল্পনা, গৱেষণা তথা সাধাৰণ প্ৰশাসনীয় কাৰ্যাৱলী সুচাৰুৰূপে চলাবৰ বাবে উপযোগী হোৱাকৈ ২০০২-০৩ বিত্তীয় বৰ্ষত চৰ এলেকা উন্নয়ন সঞ্চালকালয়ে ৰাজ্যখনৰ চৰাঞ্চলসমূহত এলানি অৰ্থ-সামাজিক জৰীপ চলাইছিল। এইলানি জৰীপৰ তথ্যৰে যুগুতোৱা প্ৰতিবেদনখনে ৰাজ্যখনৰ চৰাঞ্চলত বসবাস কৰা জনপদসমূহৰ লগতে সামগ্ৰিকভাৱে চৰবাসীসকলৰ বিভিন্ন দিশৰ বিস্তৃত তথ্য দাঙি ধৰে।