মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন Directorate of Minority Affairs and Char Areas, Assam

প্ৰকল্প কাৰ্য্যালয়

আঁচনিসমূহৰ উন্নত আৰু সহজ ৰূপায়ন সম্ভৱ কৰিব পৰাকৈ ৰাজ্যখনৰ পাঁচাটা স্থানত পাঁচোটা প্ৰকল্প কাৰ্য্যালয় স্থাপন কৰা হৈছে। এনে কাৰ্য্যালয় থকা জিলা কেইখন হৈছে- বৰপেটা, গোৱালপাৰা, ধুবুৰী, দৰং আৰু মাজুলী।