মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

প্ৰকল্প কাৰ্য্যালয়

আঁচনিসমূহৰ উন্নত আৰু সহজ ৰূপায়ন সম্ভৱ কৰিব পৰাকৈ ৰাজ্যখনৰ পাঁচাটা স্থানত পাঁচোটা প্ৰকল্প কাৰ্য্যালয় স্থাপন কৰা হৈছে। এনে কাৰ্য্যালয় থকা জিলা কেইখন হৈছে- বৰপেটা, গোৱালপাৰা, ধুবুৰী, দৰং আৰু মাজুলী।